প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

শিৱগিৰি মঠৰ প্ৰাক্তন মুৰব্বী স্বামী প্ৰকাশনন্দ জীৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

Posted On: 07 JUL 2021 3:38PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শিৱগিৰি মঠৰ প্ৰাক্তন মুৰব্বী স্বামী প্ৰকাশনন্দ জীৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে।

এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "স্বামী প্ৰকাশনন্দ জী আছিল জ্ঞান আৰু আধ্যাত্মিকতাৰ মূৰ্ত প্ৰকাশ। তেওঁৰ নিঃস্বাৰ্থ সেৱা কৰ্মই অতিশয় দৰিদ্ৰজনকো সবল কৰিছিল। তেওঁ শ্ৰী নাৰায়ণ গুৰুৰ মহান চিন্তাৰাজি জনপ্ৰিয়কৰণত আগ-ভাগ লৈছিল। তেওঁৰ বিয়োগত মৰ্মাহত হৈছো। ঔম শান্তি।"

 

Swami Prakashananda Ji was a beacon of knowledge and spirituality. His selfless deeds of service empowered the poorest of the poor. He took the lead in popularising the noble thoughts of Sree Narayana Guru. Pained by his demise. Om Shanti.

— Narendra Modi (@narendramodi) July 7, 2021

***

DS/SH/SB



(Release ID: 1741226) Visitor Counter : 109