প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মাই গভৰ সপ্তম বর্ষ পূর্তি উপলক্ষ্যে স্বেচ্ছাসেৱক আৰু অংশগ্রহণকাৰীসকলৰ ভূমিকাক প্রধানমন্ত্রীৰ প্রশংসা

Posted On: 26 JUL 2021 6:30PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে মাই গভৰ সকলো স্বেচ্ছাসেৱক আৰু অংশগ্রহণকাৰীসকলৰ ভূমিকাৰ প্রশংসা কৰিছে। এওঁলোক সকলোৰে বাবে এই প্লেটফর্ম সমৃদ্ধ হৈছে।

মাইগভ ইণ্ডিয়াৰ এটা ট্যুইট বার্তাৰ বিষয়ে প্রতিক্রিয়া ব্যক্ত কৰি প্রধানমন্ত্রীয়ে কৈছে,

''মাইগভ প্রশাসনিক কামত অংশগ্রহণ আৰু আমাৰ যুৱশক্তিৰ কন্ঠস্বৰ হৈ উঠাৰ এক উৎকৃষ্ট উদাহৰণ।

আজি যি সময়ত আমি #7YearsOfMyGov উদযাপন কৰিছো, সেই সময়ত মই সকলো স্বেচ্ছাসেৱক আৰু অংশগ্রহণকাৰীসকলৰ ভূমিকাক সাধুবাদ জনাওঁ, যিসকলৰ বাবে এই প্লেটফর্ম সমৃদ্ধ হৈছে।''

*******

 

DS/SH



(Release ID: 1740510) Visitor Counter : 144