প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘আষাঢ়ি বীজ’, ‘কচ্ছী নৱবৰ্ষ’ উপলক্ষে জনসাধাৰণলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
प्रविष्टि तिथि:
12 JUL 2021 10:21AM by PIB Guwahati
‘আষাঢ়ি বীজ’ তথা ‘কচ্ছী নৱবৰ্ষ’ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জনসাধাৰণ শুভেচ্ছা জ্ঞাপন কৰিছে।
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘আষাঢ়ি বীজ’ৰে আৰম্ভ হোৱা ‘কচ্ছী নৱবৰ্য’ উপলক্ষে মই কচ্ছৰ ভাই-ভনীসকলৈ অজস্ৰ শুভ কামনা জ্ঞাপন কৰিছো।
দেশৰ ভিন্ন প্ৰান্তৰ লগতে বিদেশত থাকিও কচ্ছৰ সাংস্কৃতিক বৈভৱ প্ৰতিপালন কৰি অহা কচ্ছৰ এই সুঠাম আৰু শক্তিশালী ভাই-ভনীসকলক মোৰ তৰফৰ পৰা ৰাম ৰাম জনালো”।
****
DS/SH/KB
(रिलीज़ आईडी: 1734950)
आगंतुक पटल : 206
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam