প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কাইলৈ ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উপলক্ষে চিকিৎসকসকলক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 30 JUN 2021 3:18PM by PIB Guwahati

কাইলৈ অৰ্থাৎ ১ জুলাই, ২০২১ ৰ বিয়লি ৩ বজাত চিকিৎসক দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চিকিৎসকসকলক সম্বোধন কৰিব।

এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজখনত প্ৰতিজন চিকিৎসকে অৱলম্বন কৰা প্ৰচেষ্টাক লৈ ভাৰত গৌৰৱান্বিত। ১ জুলাইত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস পালন কৰা হয়। কাইলৈ বিয়লি ৩ বজাত, @IMAIndiaOrg এ আয়োজন কৰা এটি কাৰ্য্যসূচীত চিকিৎসক সমাজক সম্বোধন কৰিম।"

***

DS/SH/SB


(रिलीज़ आईडी: 1732109) आगंतुक पटल : 231
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam