প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰামকৃষ্ণ মঠৰ স্বামী শিৱময়ানন্দজী মহাৰাজৰ বিয়োগত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 12 JUN 2021 2:33PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰামকৃষ্ণ মঠৰ স্বামী শিৱময়ানন্দজী মহাৰাজৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।

 

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,

 

‘ৰামকৃষ্ণ মঠৰ স্বামী শিৱময়ানন্দজী মহাৰাজ সামাজিক সৱলীকৰণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা বিভিন্নধৰণৰ সামাজিক কাৰ্যকলাপৰ সৈতে সক্ৰিয়ভাৱে জড়িত আছিল। সংস্কৃতি আৰু আধ্যাত্মিকতাৰ জগতলৈ তেওঁৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব। তেওঁৰ মৃত্যুত মই গভীৰভাৱে ব্যথিত। ওম শান্তি।’

 

 ****

DS/SH/KG


(रिलीज़ आईडी: 1727793) आगंतुक पटल : 162
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam