স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

টিকাদান অভিযানৰ ৩য়-পৰ্যায়ৰ অধীনত ১৮-৪৪ বছৰ বয়সৰ অৰ্থে ১ কোটিৰো অধিক পালি ভেকচিন প্ৰদানেৰে লক্ষ্যণীয় সীমা অতিক্ৰম ভাৰতৰ

একেৰাহে ১১ সংখ্যক দিনৰ বাবে দৈনিক আৰোগ্য লাভে দৈনিক নতুন ঘটনাক অতিক্ৰম কৰিলে

একেৰাহে ৮ম দিনৰ বাবে দৈনিক নতুন ঘটনা ৩ লাখৰ নিম্ন হৈ ৰৈছে

সাপ্তাহিক পজিটিভিটি হাৰ ১২.৬৬% লৈ হ্ৰাস

Posted On: 24 MAY 2021 11:52AM by PIB Guwahati

ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজখনত আজি ভাৰতে এটা লক্ষ্যণীয় সীমা অতিক্ৰম কৰিলে। টিকাদান অভিযানৰ ৩য়-পৰ্যায়ৰ অধীনত ১৮-৪৪ বছৰ বয়সৰ অৰ্থে ১ কোটিৰো অধিক পালি (১,০৬,২১,২৩৫) ভেকচিন প্ৰদান কৰিলে দেশখনে। মহামাৰীটোৰ কন্টেইনমেন্ট আৰু ব্যৱস্থাপনাৰ অৰ্থে টেষ্ট, ট্ৰেক, ট্ৰিট আৰু কভিডৰ যথোচিত আচৰণসহ ভাৰত চৰকাৰৰ ব্যাপক কৌশলৰ এটা অবিচ্ছেদ্য স্তম্ভ হৈছে টিকাদান। উদাৰ আৰু ত্বৰান্বিত কভিড-১৯ ৰ টিকাদানৰ ৩য়-পৰ্যায়ৰ কৌশলৰ ৰূপায়ণ আৰম্ভ হৈছিল ২০২১ ৰ ১ মেত।

ক্ৰমিক নং

ৰাজ্য

মুঠ

আন্দামান ও নিকোবৰ দ্বীপপুঞ্জ

,০৮২

অন্ধ্ৰ প্ৰদেশ

,৮৯১

অৰুণাচল প্ৰদেশ

১৭,৭৭৭

অসম

,৩৩,৬১৫

বিহাৰ

১২,২৭,২৭৯

চণ্ডীগড়

১৮,৬১৩

চত্তীশগড়

,০১,৯৪৫

দাদৰা ও নগৰ হাভেলী

১৮,২৬৯

দমন ও ডিউ

১৯,৮০২

১০

দিল্লী

,১৫,২৭৫

১১

গোৱা

৩০,৯৮৩

১২

গুজৰাট

,৮৯,২৩৪

১৩

হাৰিয়ানা

,২০,৬৮১

১৪

হিমাচল প্ৰদেশ

৪০,২৭২

১৫

জম্মু-কাশ্মীৰ

৩৭,৫৬২

১৬

ঝাৰখণ্ড

,৬৯,৮৪৭

১৭

কৰ্ণাটক

,৯৭,৬৯৩

১৮

কেৰালা

৩০,৫৫৫

১৯

লাদাখ

,৮৪৫

২০

লক্ষদ্বীপ

,৭৭০

২১

মধ্য প্ৰদেশ

,৭২,৮৭৩

২২

মহাৰাষ্ট্ৰ

,০৬,৮৫৩

২৩

মণিপুৰ

,১১০

২৪

মেঘালয়

২৩,১৪২

২৫

মিজোৰাম

১০,৬৭৬

২৬

নাগালেণ্ড

,৩৭৬

২৭

ওড়িশা

,০৬,১৬৭

২৮

পুডুচেৰী

,৪১১

২৯

পঞ্জাৱ

,৭০,৪১৩

৩০

ৰাজস্থান

১৩,১৭,০৬০

৩১

ছিকিম

,৭১২

৩২

তামিল নাডু

৫৩,২১৬

৩৩

তেলেংগানা

৬৫৪

৩৪

ত্ৰিপুৰা

৫৩,৯৫৭

৩৫

উত্তৰ প্ৰদেশ

১০,৭০,৬৪২

৩৬

উত্তৰাখণ্ড

,২০,২৪৯

৩৭

পশ্চিম বংগ

,৯৮,৭৩৪

মুঠ

,০৬,২১,২৩৫

 

ৰাষ্ট্ৰজোৰা টিকাদান অভিযানৰ ৩য়-পৰ্যায়ৰ অধীনত আজি দেশখনত প্ৰদান কৰা কভিড-১৯ ভেকচিন পালিৰ মুঠ সংখ্যাই ১৯.৬০ কোটি অতিক্ৰম কৰিছে।

আজি পুৱা ৭ বজালৈকে লাভ কৰা অস্থায়ী প্ৰতিবেদন অনুসৰি, ২৮,১৬,৭২৫ ছেচনজুৰি মুঠ ১৯,৬০,৫১,৯৬২ পালি ভেকচিন প্ৰদান কৰা হয়। ইয়াৰ অন্তৰ্ভুক্ত হৈছেঃ ৯৭,৬০,৪৪৪ হেল্থ কেয়াৰ কৰ্মীৰ ১ম পালি গ্ৰহণ আৰু ৬৭,০৬,৮৯০ হেল্থ কেয়াৰ কৰ্মীৰ ২য় পালি গ্ৰহণ, ১,৪৯,৯১,৩৫৭ ফ্ৰন্ট লাইন কৰ্মী (১ম পালি), ৮৩,৩৩,৭৭৪ ফ্ৰন্ট লাইন কৰ্মী (২য় পালি), ১৮ ৰপৰা ৪৪ বছৰ বয়সৰ ১,০৬,২১,২৩৫ হিতাধিকাৰী (১ম পালি), ৪৫ ৰপৰা ৬০ বছৰ বয়সৰ ৬,০৯,১১,৭৫৬ (১ম পালি) আৰু ৯৮,১৮,৩৮৪ (২য় পালি) হিতাধিকাৰী। ৬০ বছৰ বয়সৰ উৰ্ধ ৫,৬৬,৪৫,৪৫৭ হিতাধিকাৰীক ১ম পালি আৰু ১,৮২,৬২,৬৬৫ হিতাধিকাৰীক ২য় পালি প্ৰদান কৰা হৈছে।

হেল্থ কেয়াৰ কৰ্মী

১ম পালি

৯৭,৬০,৪৪৪

২য় পালি

৬৭,০৬,৮৯০

ফ্ৰন্ট লাইন কৰ্মী

১ম পালি

,৪৯,৯১,৩৫৭

২য় পালি

৮৩,৩৩,৭৭৪

১৮ ৰপৰা ৪৪ বছৰ বয়স

১ম পালি

,০৬,২১,২৩৫

৪৫ ৰপৰা ৬০ বছৰ বয়স

১ম পালি

,০৯,১১,৭৫৬

২য় পালি

৯৮,১৮,৩৮৪

৬০ বছৰ বয়সৰ উৰ্ধ

১ম পালি

,৬৬,৪৫,৪৫৭

২য় পালি

,৮২,৬২,৬৬৫

মুঠ

১৯,৬০,৫১,৯৬২

 

এতিয়ালৈকে দেশখনত প্ৰদান কৰা মুঠ পালিৰ ৬৬.৩০% দিয়া হৈছে দহখন ৰাজ্যত।

https://static.pib.gov.in/WriteReadData/userfiles/image/image001FEJC.jpg

ভাৰতত একেৰাহে ১১ সংখ্যক দিনৰ বাবে দৈনিক আৰোগ্য লাভে দৈনিক নতুন ঘটনাক অতিক্ৰম কৰিলে। যোৱা ২৪ ঘন্টাত ৩,০২,৫৪৪ টা আৰোগ্য লাভৰ ঘটনা লাভ কৰা হৈছে।

আজি ভাৰতৰ মুঠ আৰোগ্য লাভে,৩৭,২৮,০১১ স্পৰ্শ কৰিলে। ৰাষ্ট্ৰীয় আৰোগ্য লাভৰ হাৰ ৮৮.৬৯% লৈ বৃদ্ধি পাইছে।

নতুন আৰোগ্য লাভৰ ঘটনাৰ ৭২.২৩% লাভ কৰা হৈছে দহখন ৰাজ্যত।

https://static.pib.gov.in/WriteReadData/userfiles/image/image0027ILO.jpg

আন এটি ইতিবাচক দিশ হিচাপে, ভাৰতত একেৰাহে ৮ম দিনৰ বাবে দৈনিক নতুন ঘটনা ৩ লাখৰ নিম্ন হৈ ৰৈছে। আজি দৈনিক নতুন ঘটনা আৰু দৈনিক আৰোগ্য লাভৰ ঘটনাৰ মাজৰ ব্যৱধান ৮০,২২৯ লৈ হ্ৰাস পালে।

ভাৰতৰ দৈনিক নতুন ঘটনা আৰু আৰোগ্য লাভৰ ঘটনাৰ পৰিসংখ্যা তলত উল্লেখ কৰা হৈছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image0039O7K.jpg

যোৱা ২৪ ঘন্টাত ২,২২,৩১৫ টা দৈনিক নতুন ঘটনা লাভ কৰা হয়।

যোৱা ২৪ ঘন্টাত লাভ কৰা নতুন ঘটনাৰ ৮১.০৮% লাভ কৰা হয় দহখন ৰাজ্যত। তামিল নাডুত দৈনিক নতুন ঘটনা সৰ্বাধিক ৩৫,৪৮৩ টা, ইয়াৰ পাছতে মহাৰাষ্ট্ৰত ২৬,৬৭২ টা নতুন ঘটনা লাভ কৰা যায়।

https://static.pib.gov.in/WriteReadData/userfiles/image/image0048UJR.jpg

ভাৰতৰ সক্ৰিয় কেছলডৰ পৰিসংখ্যা তলত উল্লেখ কৰা হৈছে। ২০২১ ৰ ১০ মেত শেহতীয়া সৰ্বোচ্চতাৰপৰা সক্ৰিয় ঘটনা হ্ৰাস পালে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image005H12R.jpg

আজি ভাৰতৰ মুঠ সক্ৰিয় কেছলড ২৭,২০,৭১৬ লৈ হ্ৰাস পালে।

যোৱা ২৪ ঘন্টাত মুঠ ৮৪,৬৮৩ হ্ৰাস পৰিলক্ষিত হয়। এতিয়া ইয়াৰ হাৰ দেশখনৰ মুঠ পজিটিভ ঘটনাৰ ১০.১৭%

ভাৰতৰ মুঠ সক্ৰিয় ঘটনাৰ ৭১.৬২% আছে ৮ খন ৰাজ্যত।

https://static.pib.gov.in/WriteReadData/userfiles/image/image006QKIJ.jpg

দেশখনত যোৱা ২৪ ঘন্টাত মুঠ ১৯,২৮,১২৭ টা টেষ্ট সম্পন্ন কৰা হৈছে আৰু এতিয়ালৈকে মুঠ সম্পন্ন কৰা হয় ৩৩,০৫,৩৬,০৬৪ টা টেষ্ট। আজি পজিটিভিটি হাৰ হয় ৮.০৯%। সাপ্তাহিক পজিটিভিটি হাৰো ১২.৬৬% লৈ হ্ৰাস পাইছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image007900V.jpg

ৰাষ্ট্ৰীয় মৃত্যুৰ হাৰ সম্প্ৰতি.১৪% হৈছে।

যোৱা ২৪ ঘন্টাত ৪,৪৫৪ টা মৃত্যুৰ ঘটনা সংঘটিত হয়।

যোৱা ২৪ ঘন্টাত সংঘটিত নতুন মৃত্যুৰ ঘটনাৰ ৭৯.৫২% সংঘটিত হয় দহখন ৰাজ্যত। মহাৰাষ্ট্ৰত মৃত্যুৰ ঘটনা সৰ্বাধিক ১,৩২০ টা। ইয়াৰ পাছতেই কৰ্ণাটকত ৬২৪ টা দৈনিক মৃত্যুৰ ঘটনা সংঘটিত হয়।

https://static.pib.gov.in/WriteReadData/userfiles/image/image008DDFI.jpg

১৮ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ঘটনাৰ মৃত্যুৰ হাৰ ৰাষ্ট্ৰীয় গড় (১.১৪%) তকৈ কম।

https://static.pib.gov.in/WriteReadData/userfiles/image/image0096HAJ.jpg

১৮ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ঘটনাৰ মৃত্যুৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ অধিক।

https://static.pib.gov.in/WriteReadData/userfiles/image/image010YE1F.jpg

 

*********

 

MV/SB



(Release ID: 1721434) Visitor Counter : 198