প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
চেটি চান্দ উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
13 APR 2021 9:11AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চেটি চান্দ উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে।
এটা টুইটত শ্ৰী মোদীয়ে কয়ঃ
“বিশেষকৈ সিন্ধী সমাজখনলৈ চেটি চান্দৰ শুভেচ্ছা জ্ঞাপন কৰিলো। আমাৰ সকলোৰে ওপৰত ভগৱান ঝুলেলালৰ বিশেষ কৃপা সদায়েই থাকে যেন। আগন্তুক বৰ্ষটোত প্ৰত্যেকৰে কামনা যাতে পৰিপূৰ্ণ হৈ উঠে, মই তাৰে প্ৰাৰ্থনা জনালো।”
****
DS/SB
(रिलीज़ आईडी: 1711354)
आगंतुक पटल : 210
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam