প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
চিলাৰায় জয়ন্তীত বীৰজনক স্মৰণ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
27 FEB 2021 3:59PM by PIB Guwahati
চিলাৰায় জয়ন্তীত মহাবীৰজনক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্মৰণ কৰিছে।
এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "মহাবীৰ চিলাৰায় হৈছে বীৰত্ব আৰু দেশপ্ৰেমৰ মূৰ্ত প্ৰতীক। তেওঁ এজন অসামান্য যোদ্ধা আছিল, যিয়ে জনসাধাৰণৰ অৰ্থে যুদ্ধ কৰিছিল আৰু পৱিত্ৰ নীতিৰে তেওঁ চালিত হৈছিল। তেওঁৰ সাহসিকতাই আহি থকা প্ৰজন্মসমূহক অনুপ্ৰাণিত কৰি যাব। জয়ন্তী উপলক্ষে তেওঁক স্মৰণ কৰিছো।"
*********
DS/SH/SB
(रिलीज़ आईडी: 1701458)
आगंतुक पटल : 243
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam