প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাজ্য গঠন দিৱস উপলক্ষে মিজোৰামবাসীলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

प्रविष्टि तिथि: 20 FEB 2021 10:03AM by PIB Guwahati

ৰাজ্য গঠন দিৱস উপলক্ষে মিজোৰামৰ নাগৰিকসকললৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰে।

এই সন্দৰ্ভত প্ৰকাশ কৰা এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “ৰাজ্য গঠন দিৱস উপলক্ষে মিজোৰামৰ ভাই-ভনীসকললৈ মই মোৰ শুভ কামনা জনাইছো। মহান মিজো সংস্কৃতিক লৈ সমগ্ৰ দেশেই গৌৰৱান্বিত। দয়ালু স্বভাৱ আৰু প্ৰকৃতিৰ সৈতে সহবাস কৰাৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰি অহা প্ৰতিশ্ৰুতিবদ্ধতাৰ বাবে মিজোৰামবাসীৰ সুনাম আছে। ৰাজ্যখনৰ নিৰন্তৰ প্ৰগতি কামনা কৰিলো”।

 

*****

AKJ/KB


(रिलीज़ आईडी: 1699717) आगंतुक पटल : 137
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam