প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পদ্ম বঁটা প্ৰাপকসকললৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
प्रविष्टि तिथि:
25 JAN 2021 9:44PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এই বছৰৰ পদ্ম সন্মান প্ৰাপকসকলক প্ৰশংসা কৰে।
এক টুইট বাৰ্তা যোগে শ্ৰী মোদীয়ে কয়, “যিসকল লোক পদ্ম সন্মানেৰে বিভূষিত হৈছে, তেওঁলোক সকলোৰে বাবে আমি গৰ্বিত। জাতি আৰু সামগ্ৰিকভাৱে মানৱ জাতিৰ প্ৰতি তেওঁলোকৰ অৱদানক ভাৰতে সদায়ে মনত ৰাখিব। সমাজৰ বিভিন্ন ক্ষেত্ৰত এই সকল ব্যতিক্ৰমী ব্যক্তিত্বই যি গুণগত পৰিৱৰ্তন লৈ আহিছে সিয়েই আনৰো জীৱনত সুফল কঢ়িয়াই আনিছে।”
********
(रिलीज़ आईडी: 1692583)
आगंतुक पटल : 128
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam