প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘শ্বহীদি দিৱস’ত শ্ৰী গুৰু তেগ্ বাহাদুৰ জীলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

प्रविष्टि तिथि: 19 DEC 2020 9:04AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আজি শ্বহীদি দিৱসত গুৰু তেগ্ বাহাদুৰ জীলৈ  শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

এক টুইট-বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, শ্ৰী গুৰু তেগ্ বাহাদুৰ জীৰ জীৱনটোৱেই আছিল সাহস আৰু সহৃদয়তাৰ প্ৰতীক।

তেখেতৰ শ্বহীদি দিৱসত, মই মহান শ্ৰী গুৰু তেগ্ বাহাদুৰ জীলৈ প্ৰণাম জনাইছো আৰু এখন ন্যায়নিষ্ঠ আৰু মৈত্ৰীপূৰ্ণ সমাজ গঠনৰ বাবে তেখেতে বহণ কৰা দৃষ্টিভংগীক শ্ৰদ্ধাৰে সুঁৱৰিছো।

 

 

***

DS/SH/KB


(रिलीज़ आईडी: 1684994) आगंतुक पटल : 186
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam