প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বিনিয়োগ ভাৰতক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

प्रविष्टि तिथि: 08 DEC 2020 9:42AM by PIB Guwahati

'ৰাষ্ট্ৰসংঘ বিনিয়োগ প্ৰচাৰ-২০২০' পুৰস্কাৰেৰে পুৰস্কৃত হোৱাত বিনিয়োগ ভাৰতক শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। ইউনাইটেড নেশ্যনছ কনফাৰেন্স অন ট্ৰেড এণ্ড ডেভলপমেন্ট, ইউএনচিটিএডিয়ে এই পুৰস্কাৰ প্ৰদান কৰিছে।

প্ৰধানমন্ত্ৰীয়ে আজি এক টুইটযোগে ইউএনচিটিএডিয়ে আগবঢ়োৱা ৰাষ্ট্ৰসংঘৰ বিনিয়োগ প্ৰচাৰ পুৰস্কাৰ-২০২০ জয়ৰ বাবে বিনিয়োগ ভাৰতক অভিনন্দন জনাইছে। এই পুৰস্কাৰে ভাৰতক বিশ্বৰ পছন্দৰ বিনিয়োগৰ গন্তব্য আৰু ব্যৱসায় সুচলতাৰ বিষয়ত চৰকাৰৰ ইতিবাচক মনোভাবৰ প্ৰমাণ দিয়ে।

*****


DS/VJ/RD


(रिलीज़ आईडी: 1679278) आगंतुक पटल : 264
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam