প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচিত কমলা হেৰিছক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
प्रविष्टि तिथि:
08 NOV 2020 9:53AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচিত কমলা হেৰিছক অভিনন্দন জনাইছে।
"আন্তৰিক অভিনন্দন কমলা হেৰিছ! আপোনাৰ সফলতা অভূতপূৰ্ব আৰু আপোনাৰ কেৱল পৰিয়ালৰ বাবেই নহয়, বৰঞ্চ সকলো ভাৰতীয়মূলৰ আমেৰিকানৰ বাবে অসীম গৌৰৱৰ কথা। মই বিশ্বাসী যে আপোনাৰ সমৰ্থন আৰু নেতৃত্বত ভাৰত-আমেৰিকাৰ স্পন্দনশীল সম্বন্ধ প্ৰগাঢ় হৈ উঠিব", প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।
***
DS/SH/SB
(रिलीज़ आईडी: 1671334)
आगंतुक पटल : 217
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada