প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ৰ বাবে জ’ বাইদেনক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 08 NOV 2020 9:49AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ৰ বাবে জ’ বাইদেনক অভিনন্দন জনায়৷

প্ৰধানমন্ত্ৰীয়ে কয়, “দৰ্শনীয় জয়ৰ বাবে জ’ বাইদেনক অভিনন্দন জনাইছো৷ উপ-ৰাষ্ট্ৰপতি হিচাপে ভাৰত-মাৰ্কিন সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত আপোনাৰ অৱদান গুৰুত্বপূৰ্ণ আৰু অমূল্য আছিল৷ ভাৰত-মাৰ্কিন সম্পৰ্কক নতুন শিখৰত উপনীত কৰোৱাৰ দিশত পুনৰ আপোনাৰ সৈতে একেলগে ঘনিষ্ঠতাৰে কাম কৰিবলৈ মই আগ্ৰহী হৈ আছো৷”

***

DS/SH/DB


(रिलीज़ आईडी: 1671331) आगंतुक पटल : 256
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam