কেবিনেট

২০১৯-২০ৰ বাবে উৎপাদনশীলতা সংযোজিত বোনাচ আৰু নন-উৎপাদনশীলতা সংযোজিত বোনাচত অনুমোদন কেবিনেটৰ

Posted On: 21 OCT 2020 3:24PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত বহা কেন্দ্ৰীয় কেবিনেটে আজি ২০১৯-২০ বর্ষ বাবে ১৬.৯৭ লাখ নন-গেজেটেড কর্মচাৰীক উৎপাদনশীলতা সংযোজিত বোনাচ দিবলৈ অনুমোদন জনায় ইয়াৰ ফলত ৰে, ডাক বিভাগ, প্রতিক্ষা, ইপিএফ, ইএআইচি ইত্যাদি প্ৰতিষ্ঠানসমূহৰ কর্মচাৰীসকল উপকৃত হব। ইয়াৰ বাবে,৭৯১ কোটি টকা ব্যয় হব।

 

নন-উৎপাদনশীলতা সংযোজিত নাইবা ড-হক বোনাচ ১৩.৭০লাখ কেন্দ্রীয় চৰকাৰৰ নন-গেজেটেড কর্মচাৰীক দিয়া হ ইয়াৰ বাবে ব্যয় হব ৯৪৬ কোটি টকা।

 

ৰ্বমুঠ ৩০.৬৭ লাখ কর্মচাৰী উপকৃত হআৰু চৰকাৰৰুঠ ব্যয় হব ৩,৭৩৭ কোটি টকা।

 

নন-গেজেটেড কর্মচাৰীসকলৰ বিগত বছৰৰ কর্ম দক্ষতা ওপৰত ভিত্তি কৰি সাধাৰণতে র্গাপ/দশেৰাৰ আগেয়ে বোনািয়া হয়। চৰকাৰে ঘোষণা কৰা উৎপাদনশীলতা সংযোজিত বোনাচ আৰু নন-গেজেটেড কর্মচাৰীসকলৰ বাবে নন-উৎপাদনশীলতা সংযোজিত বোনাচ শীঘ্ৰে মোকলাই দিব।

 

 

*******

VRRK/KG



(Release ID: 1666933) Visitor Counter : 142