প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে জয়পুৰত পত্ৰিকা গেট উদ্বোধন কৰিব

Posted On: 07 SEP 2020 4:42PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৮ ছেপ্তেম্বৰ,২০২০ৰ পুৱা ১১বজাত এখ ভিডিঅ কনফাৰেন্সৰ মাধ্যেমেৰ জয়পুৰত পত্ৰিকা গেট উদ্বোধন কৰিব

প্ৰখ্যাত গেটখন পত্ৰিকা গ্ৰুপ অৱ নিউজপেপাৰ্ছ-এ জয়পুৰৰ জৱাহৰলাল নেহৰু মাৰ্গত নিৰ্মাণ কৰিছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অনুষ্ঠানত গ্ৰুপটোৰ অধ্যক্ষই লিখা দুখন গ্ৰন্থও উন্মোচন কৰিব।

অনুষ্ঠানটো ডিডি নিউজত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হব।

*********

VRRK/AKP



(Release ID: 1652021) Visitor Counter : 86