প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আশুৰাৰ দিনা ইমাম হুছেইন (এএছ)ৰ প্ৰাণোৎসৰ্গক প্ৰধানমন্ত্ৰীৰ সোঁৱৰণ

পোষ্ট কৰা হৈছে: 30 AUG 2020 11:30AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আশুৰাৰ দিনা ইমাম হুছেইন (এএছ)ৰ বলিদানক সোঁৱৰণ কৰে৷ এই সন্দৰ্ভত টুইটাৰত তেওঁ এইদৰে লিখে, ‘‘আমি ইমান হুছেইন (এএছ)ৰ ত্যাগক সোঁৱৰণ কৰিছো৷ তেওঁৰ বাবে সত্য আৰু ন্যায়ৰ ঊৰ্ধত একো নাছিল৷ সমতা আৰু কল্যাণৰ প্ৰতি থকা তেওঁৰ মনোভাৱে বিভিন্নজনক অনুপ্ৰেৰণা দিয়ে৷’’

***

VRRK/SH/MANN


(ৰিলিজ আই ডি : 1649867) অতিথি কক্ষ : 168