প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

নোৱাখাই জুহাৰ উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

प्रविष्टि तिथि: 23 AUG 2020 10:04AM by PIB Guwahati

নোৱাখাই জুহাৰ ৰ শুভ উপলক্ষত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে।

এটা টুইটত, প্ৰধানমন্ত্ৰীজনে কয়, "নোৱাখাইৰ বিশেষ উপলক্ষ হৈছে আমাৰ কৃষকৰ কঠোৰ শ্ৰমৰ উদযাপন। তেখেতসকলৰ প্ৰচেষ্টাতে আমাৰ ৰাষ্ট্ৰই অন্ন মুঠি লাভ কৰিছে।

এই শুভ দিনটোৱে সকলোৰে বাবে সমৃদ্ধি আৰু সু-স্বাস্থ্য প্ৰশস্ত কৰক।

নোৱাখাই জুহাৰ!"

***

VRRK/SH/SB


(रिलीज़ आईडी: 1648105) आगंतुक पटल : 234
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam