প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

পদ্মশ্ৰী ৰেন সুনম ছেৰিং লেপছাৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

পোষ্ট কৰা হৈছে: 30 JUL 2020 4:26PM by PIB Guwahati

পদ্মশ্ৰী ৰেন সুনম ছেৰিং লেপছাৰ বিয়োগত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে।

এটা টুইটত, প্ৰধানমন্ত্ৰীজনে কয়,

"পদ্মশ্ৰী ৰেন সুনম ছেৰিং লেপছা জী এগৰাকী বহু-মুখী ব্যক্তিত্ব আছিল। বৰ্ণাঢ্য লেপছা সংস্কৃতিৰ জনপ্ৰিয়কৰণৰ অৰ্থে তেওঁ অসামান্য প্ৰচেষ্টা গ্ৰহণ কৰিছিল। প্ৰতিটো প্ৰজন্মই তেওঁৰ কৰ্মৰাজিক সন্মান জনাই থাকিব। তেওঁৰ বিয়োগত ব্যথিত হৈছো। তেওঁৰ পৰিয়াল আৰু অনুৰাগীসকললৈ জনাইছো সমবেদনা। ওম শান্তি।"

***

VRRK/SH/SB


(ৰিলিজ আই ডি : 1642439) অতিথি কক্ষ : 183