প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

৮২সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে চিআৰপিএফ জোৱানসকলক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 27 JUL 2020 10:01AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৮২সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে চিআৰপিএফ জোৱানসকলক শুভেচ্ছা জনায়৷
টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “এই অসাধাৰণ বাহিনীটোৰ ৮২সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে চিআৰপিএফ জোৱানসকলক শুভেচ্ছা জনাইছো৷ আমাৰ দেশক সুৰক্ষিত কৰি ৰখাত চিআৰপিএফে অগ্ৰণী ভূমিকা পালন কৰে৷ বাহিনীটোৰ সাহস আৰু পেশাদাৰিত্বক সবত্ৰ প্ৰশংসিত হৈছে৷
অনাগত দিনত বাহিনীটোৱে নতুন শিখৰত উপনীত হওক, তাকে কামনা কৰিলো৷”


***


VRRK/SH/DB


(रिलीज़ आईडी: 1641502) आगंतुक पटल : 245
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , Kannada , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Tamil , Telugu , Malayalam