প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জয়ন্তী উপলক্ষে ড০ শ্যামা প্ৰসাদ মুখাৰ্জীলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

Posted On: 06 JUL 2020 9:56AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনাইছে৷

প্ৰধানমন্ত্ৰীয়ে কয়, ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ জয়ন্তীত তেওঁলৈ প্ৰণিপাত জনাইছো৷ এগৰাকী একনিষ্ঠ দেশপ্ৰেমিক হিচাপে তেওঁ ভাৰতৰ উন্নয়নৰ দিশত উল্লেখযোগ্য বৰঙণি আগবঢ়াই গৈছে৷ ভাৰত একতাৰ দিশত তেওঁ সাহসী পদক্ষেপ গ্ৰহণ কৰিছিল৷ তেওঁ চিন্তাধাৰা আৰু আদৰ্শই সমগ্ৰ দেশৰ কোটি কোটি লোকক শক্তি যোগাইছে৷

***

VRRK/SH/DB



(Release ID: 1636758) Visitor Counter : 175