প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

শ্ৰী বেদ মাৰৱাহৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

Posted On: 06 JUN 2020 11:58AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ প্ৰাক্তন আয়ুক্ত, তথা মনিপুৰ, মিজোৰাম আৰু ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল শ্ৰী বেদ প্ৰকাশৰ বিয়োগত শোক প্ৰকাশ কৰে৷

এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, ৰাজহুৱা জীৱনলৈ আগবঢ়োৱা চহকী অৱদানৰ বাবে শ্ৰী বেদ মাৰৱাহ জী সদায় স্মৰণীয় হৈ থাকিব৷ এগৰাকী আইপিএছ বিষয়া হিচাপে কামৰ সময়ত তেওঁ অদম্য সাহসৰ পৰিচয় দি গৈছে৷ জনমানসত তেওঁ সকলোৰে শ্রদ্ধাৰ পাত্র আছিল৷ তেওঁৰ বিয়োগত মই অতিশয় দুঃখিত হৈছো৷ তেওঁ পৰিয়াল আৰু গুনমুগ্ধসকলৰ প্ৰতি সমবেদনা জনাইছো৷ ওঁ শান্তি৷

***

VRRK/SH/DB



(Release ID: 1630021) Visitor Counter : 195