প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

পোপাল কৃষ্ণ গোখলেৰ জন্ম বাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

प्रविष्टि तिथि: 09 MAY 2020 12:39PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পোপাল কৃষ্ণ গোখলেৰ জন্ম বাৰ্ষিকী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, পোপাল কৃষ্ণ গোখলেৰ জন্ম বাৰ্ষিকী উপলক্ষে তেওঁক স্মৰণ কৰিছো৷ অপৰিসীম জ্ঞানেৰে সমৃদ্ধ ব্যক্তিত্বৰ অধিকাৰী গোখলেই শিক্ষা আৰু সামাজিক সবলীকৰণৰ দিশত অনবদ্য বৰঙণি আগবঢ়াই আহিছে৷ ভাৰতৰ স্বাধীনতা আন্দোলনতো তেওঁ উল্লেখযোগ্য নেতৃত্ব বহন কৰিছিল৷

***

VRRK/SH/DB


(रिलीज़ आईडी: 1622496) आगंतुक पटल : 264
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam