প্ৰতিৰক্ষা মন্ত্ৰালয়

ক’ভিড-১৯ যোদ্ধাসকলৰ প্ৰতি দেশৰ কৃতজ্ঞতা প্ৰদৰ্শন অনুষ্ঠানত ভাৰতীয় উপকূল ৰক্ষীৰ অংশগ্ৰহণ

Posted On: 02 MAY 2020 5:33PM by PIB Guwahati

’ৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত চৰকাৰৰ পদক্ষেপত সহযোগিতা কৰি ভাৰতীয় উপকূল ৰক্ষীয়ে (আই চি জি)অতিসক্ৰিয়তাৰে সাগৰীয় অঞ্চলৰ লোকসকল বিশেষকৈ মাছমৰীয়া সম্প্ৰদায়, বন্দৰ তথা আন সংস্থাসমূহৰ কৰ্মীসকলৰ বাবে ক’ভিড-১৯ ৰ পৰা ল’বলগা সাৱধানতা সন্দৰ্ভত অতিৰিক্ত মত-বিনিময়ৰ কাৰ্যসূচী হাতত লৈছে। আই চি জি ইউনিটসমূহে স্থানীয় প্ৰশাসনক খাদ্যবস্তু বিতৰণৰ ক্ষেত্ৰতো সহায় কৰিছে। তদুপৰি আই চি জিয়ে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ পদক্ষেপ - ক’ভিড-১৯ যোদ্ধাসকলৰ প্ৰতি দেশৰ কৃতজ্ঞতা প্ৰদৰ্শনৰ প্ৰয়াসত আগৰণুৱা হৈ অংশগ্ৰহণ কৰিছে।

আই চি জিয়ে জাহাজ চালন আৰু ’ৰোনা ৰোগীৰ চিকিসা চলি থকা চিকিসালয়ত হেলিকাপ্তাৰেৰে পুষ্পবৃষ্টি কৰি ‘ক’ভিড-১৯ যোদ্ধাসকলৰ প্ৰতি ভাৰতৰ কৃতজ্ঞতা’ জনোৱা পদক্ষেপত সক্ৰিয়ভাৱে অংশ গ্ৰহণ কৰিব। ৩ মে’ত দেশৰ সমগ্ৰ উপকূল, দুৰ্গম অঞ্চল আৰু দ্বীপসমূহ সামৰি ২৫ খন ঠাইত জাহাজ চালন হ’ব। তদুপৰি ৫ খন ঠাইত ক’ৰোনা ৰোগীৰ চিকিসা চলি থকা চিকিসালয়ত হেলিকাপ্তাৰেৰে পুষ্পবৃষ্টি কৰা হ’ব।

এই পদক্ষেপত মুঠ ৪৬ খন আই চি জিৰ জাহাজ আৰু ১০ খন হেলিকাপ্তাৰে অংশ গ্ৰহণ কৰিব। আই চি জিৰ জাহাজ আৰু হেলিকাপ্তাৰে অংশ গ্ৰহণ কৰিবলগীয়া ঠাইসমূহঃ      

ক্ৰ. নং

স্থান

জাহাজ

হেলিকাপ্তাৰ

পোৰবন্দৰ

দমন

’খা

মুম্বাই

ৰত্নগিৰি

গোৱা

দাহানো

চেন্নাই

মুৰুড

পোৰ্টব্লেয়াৰ

গোৱা

 

নতুন মেঙ্গালুৰু

 

কাভাৰাট্টি

 

তুতিকৰিণ

 

১০

কন্যাকুমাৰী

 

১১

চেন্নাই

 

১২

কৃষ্ণাপটনম

 

১৩

নিজামাপটনম

 

১৪

পুডুচেৰী

 

১৫

কাকিনাড়া

 

১৬

পাৰাদ্বীপ

 

১৭

গোপালপুৰ/পুৰী

 

১৮

সাগৰ আইলেণ্ড

 

১৯

পোৰ্টব্লেয়াৰ

 

২০

দিগ্লিপুৰ

 

২১

মায়াবুন্দুৰ

 

২২

হাট বে

 

২৩

কেম্পবেল বে

 

আই চি জিৰ জাহাজ আৰু আকাশা যানেৰে অনবৰতে সাগৰৰ ওপৰত নীৰিক্ষণ কৰি থাকিব আৰু সুৰক্ষা সুনিশ্চিত কৰিব। প্ৰতিক্ষণতে ৰাডাৰ নেটৱৰ্কযোগে উপকূলীয় অঞ্চলসমূহৰ বৈদ্যুতিক নীৰিক্ষণো চলি থাকিব।    

https://static.pib.gov.in/WriteReadData/userfiles/image/image0013N81.png

https://static.pib.gov.in/WriteReadData/userfiles/image/image0025XVL.jpg

ABB/SS/Nampi/KA/DK/Savvy/ADA/PRK



(Release ID: 1620548) Visitor Counter : 171