প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ইষ্টাৰ উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 12 APR 2020 1:18PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইষ্টাৰ উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে৷

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, ইষ্টাৰ এই বিশেষ ক্ষণত সকলোকে শুভেচ্ছা জনাইছো৷ আমি ভগৱান যীশু খ্ৰীষ্টৰ সেই মহান বাণী, বিশেষকৈ দুখীয়া আৰু অভাৱগ্ৰস্ত লোকসকলক সবলীকৰণ কৰাৰ তেওঁৰ অটল প্ৰতিশ্ৰুতিক স্মৰণ কৰিছো৷ এই ইষ্টাৰে ক’ভিড-১৯ক সফলতাৰে পৰাভুত কৰাৰ লগতে এখন সুস্থ পৃথিৱী গঢ় দিয়াৰ বাবে আমাক যেন শক্তি প্ৰদান কৰে৷

****

VRRK/KP/DB


(रिलीज़ आईडी: 1613635) आगंतुक पटल : 214
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam