প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰত্যাহ্বানমূলক সময়ছোৱাত পূৰ্বতকৈও সুদৃঢ় হৈছে ভাৰত আৰু ব্ৰাজিলৰ বন্ধুত্বঃ প্ৰধানমন্ত্ৰী

Posted On: 10 APR 2020 2:15PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰত আৰু ব্ৰাজিল সহযোগিতা এই প্ৰত্যাহ্বানমূলক সময়চোৱাত পূৰ্বতকৈও সুদৃঢ় হৈছে৷

ব্ৰাজিললৈ হাইড্ৰ’ক্সিক্ল’ৰ’কুইনৰ যোগান সন্দৰ্ভত ভাৰতে গ্ৰহণ কৰা সিদ্ধান্তত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জেইৰ এম বলছোনাৰ’য়ে জনোৱা কৃতজ্ঞতাৰ উত্তৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে কয়৷

‘‘এই মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতে মানৱতাৰ সপক্ষে থিয় দিছে’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

***

VRRK/SH/MANN



(Release ID: 1612945) Visitor Counter : 162