প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কাইলৈ পুৱা ৭বজাৰ পৰা ৯বজালৈ জনতা কাৰ্ফিউ পালন কৰিবলৈ আহ্বান

দেশৰ বাবে নিস্বাৰ্থ সেৱা আগবঢ়োৱাসকলক কাইলৈ বিয়লি ৫বজাত ধন্যবাদ জনাবলৈ আহ্বান

Posted On: 21 MAR 2020 6:37PM by PIB Guwahati

ৰোনা ভাইৰাছ প্ৰতিৰোধ কৰাৰ প্ৰচেষ্টাস্বৰূপে প্ৰধানমন্ত্ৰী মোদীয়ে কাইলৈ দেশবাসীক অৰ্থা ২২ মাৰ্চৰ পুৱা ৭ বজাৰ পৰা ৯বজালৈ জনতা কাৰ্ফিউ পালন কৰিলৈ আহ্বান জনায়৷

এই জটিল সন্ধিক্ষণত দেশৰ বাবে নিস্বাৰ্থ সেৱা আগবঢ়োৱা লোকসকলৰ প্ৰচেষ্টাক চেল্যুট জনাবলৈ প্ৰধানমন্ত্ৰীয়ে বিয়লি ৫বজাত ৫ মিনিট দেশৰ নাগৰিকসকলক তেওঁলোকৰ ঘৰৰ দুৱাৰমুখ আৰু বাৰাণ্ডাত থিয় হৈ হাত চাপৰি তথা ঘণ্টা বজাই কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ আহ্বান জনায়৷

****

VRRK/KP/DB



(Release ID: 1607922) Visitor Counter : 127