প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীৰ শ্লভাকিয়া ভ্ৰমণৰ মূল সাফল্য আৰু ঘোষণাসমূহৰ তালিকা
प्रविष्टि तिथि:
15 JUN 2026 5:17PM by PIB Guwahati
ক। বুজাবুজিৰ চুক্তি আৰু সন্মতি পত্ৰ
|
ক্ৰমিক নং
|
চুক্তি / সন্মতি পত্ৰৰ বিষয়বস্তু
|
|
১.
|
শ্ৰম প্ৰব্ৰজনৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতাৰ বুজাবুজি চুক্তি।
|
|
২.
|
প্ৰতিৰক্ষা খণ্ডত সহযোগিতা বৃদ্ধিৰ বাবে এক গুৰুত্বপূৰ্ণ সন্মতি পত্ৰ।
|
|
৩.
|
ডিজিটেল প্ৰযুক্তিৰ বিকাশ আৰু প্ৰসাৰ সম্পৰ্কীয় বুজাবুজি চুক্তি।
|
|
৪.
|
উচ্চ শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ বুজাবুজি চুক্তি।
|
|
৫.
|
দৃশ্য-শ্ৰব্য নিৰ্মাণ আৰু আদান-প্ৰদানৰ বুজাবুজি চুক্তি।
|
|
৬.
|
ক’চিচৰ টেকনিকেল ইউনিভাৰ্ছিটীত প্ৰথমবাৰৰ বাবে আইচিচিআৰৰ অধীনত কৃত্ৰিম বুদ্ধিমত্তাবিষয়ক আসন (ইণ্ডিয়া চেয়াৰ) স্থাপন।
|
|
৭.
|
কুৱাণ্টাম কমিউনিকেশ্যন আৰু জটিল আন্তঃগাঁথনি সুৰক্ষাৰ ক্ষেত্ৰত বুজাবুজি চুক্তি।
|
|
৮.
|
পুনেৰ ৰাষ্ট্ৰীয় প্ৰাকৃতিক চিকিৎসা প্ৰতিষ্ঠান (আয়ুষ মন্ত্ৰালয়) আৰু শ্লভাক হেল্থ স্পা পিয়েষ্টানিৰ মাজত বুজাবুজি চুক্তি।
|
|
৯.
|
ছাত্ৰ-ছাত্ৰীৰ আদান-প্ৰদান কাৰ্যসূচী, জলপানী আৰু যৌথ গৱেষণাৰ বাবে আইআইটি দিল্লী আৰু শ্লভাক টেকনিকেল ইউনিভাৰ্ছিটীৰ মাজত চুক্তি স্বাক্ষৰ।
|
|
১০.
|
দুয়োখন দেশৰ ট্যুৰ অপাৰেটৰ সন্থাসমূহৰ মাজত পৰ্যটন সহযোগিতা বৃদ্ধিৰ চুক্তি।
|
|
১১.
|
ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী আৰু শ্লভাক বিজ্ঞান একাডেমীৰ মাজত বৈজ্ঞানিক সহযোগিতাৰ চুক্তি।
|
খ। গুৰুত্বপূৰ্ণ ঘোষণাসমূহ
|
1.
|
দ্বিপাক্ষিক সম্পৰ্কক 'সামগ্ৰিক অংশীদাৰিত্ব'ৰ পৰ্যায়লৈ উন্নীতকৰণ।
|
|
2.
|
দ্বিপাক্ষিক সম্পৰ্কক 'সামগ্ৰিক অংশীদাৰিত্ব'ৰ পৰ্যায়লৈ উন্নীতকৰণ।
|
|
3.
|
দুয়োখন দেশৰ মাজত ৰাষ্ট্ৰদূত পৰ্যায়ৰ বাৰ্তালাপৰ সূচনা
|
***
MJPS/SS/ST/DB
(रिलीज़ आईडी: 2273355)
आगंतुक पटल : 9
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam