প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্বিলঙৰ সাংসদ ড০ ৰিকি এ জে চিংকনৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
পোষ্ট কৰা হৈছে:
20 FEB 2026 9:31AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্বিলং লোকসভা সমষ্টিৰ সাংসদ ড০ ৰিকি এ জে চিংকনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।
এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কৈছেঃ
‘শ্বিলং লোকসভা সমষ্টিৰ সাংসদ ড০ ৰিকি এ জে চিংকনৰ মৃত্যুত শোকাভিভূত। মেঘালয়ৰ জনসাধাৰণৰ প্ৰতি আগবঢ়োৱা সেৱাৰ বাবে তেওঁ স্মৰণীয় হৈ ৰ’ব। এই কঠিন সময়ত তেওঁৰ পৰিয়াল, বন্ধুবৰ্গ আৰু সমৰ্থকসকলক মোৰ সমবেদনা জনাইছো। তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক।’
***
MJPS/SR/HS
(ৰিলিজ আই ডি : 2230620)
অতিথি কক্ষ : 5