গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ 'ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস' উপলক্ষে সকলোলৈ শুভেচ্ছা জ্ঞাপন

ছোৱালীবোৰ য়ে কেৱল আমাৰ দায়িত্ব নহয়, বৰঞ্চ সম্পূৰ্ণ শক্তি, ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসে সেয়াই চিহ্নিত কৰে

ৰাণী লক্ষ্মী বাই, ৰাণী ভেলু নাচিয়াৰ, মুলাগাভৰু আৰু প্রীতিলতা ৱাদ্দেদাৰৰ গৌৰৱোজ্জ্বল উদাহৰণে প্ৰতিগৰাকী ভাৰতীয়ৰ হৃদয় গৌৰৱ আৰু অনুপ্ৰেৰণাৰে ভৰাই তোলে

মোদী চৰকাৰৰ মহিলা নেতৃত্বাধীন উন্নয়নৰ মন্ত্ৰই নাৰী শক্তিক উন্নয়নৰ শীৰ্ষত ৰাখিছে

আজি মহিলাসকলে আমাৰ দেশৰ প্ৰগতিৰ নেতৃত্ব দি আছে

प्रविष्टि तिथि: 24 JAN 2026 11:06AM by PIB Guwahati

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ‘ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস’ উপলক্ষে সকলোকে শুভেচ্ছা জনাইছে।

এক্সৰ এটা পোষ্টত কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয়, ‘ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস’ত সকলোকে শুভেচ্ছা জনাইছো। ছোৱালীবোৰ যে কেৱল আমাৰ দায়িত্ব নহয় বৰঞ্চ সম্পূৰ্ণ শক্তি, সেয়াই ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসে চিহ্নিত কৰে । ৰাণী লক্ষ্মী বাই, ৰাণী ভেলু নাচিয়াৰ, মুলাগাভৰু আৰু প্রীতিলতা ৱাদ্দেদাৰৰ গৌৰৱোজ্জ্বল উদাহৰণে প্ৰতিগৰাকী ভাৰতীয়ৰ হৃদয় গৌৰৱ আৰু অনুপ্ৰেৰণাৰে ভৰাই তোলে। মোদী চৰকাৰৰ মহিলা নেতৃত্বাধীন উন্নয়নৰ মন্ত্ৰই নাৰী শক্তিক উন্নয়নৰ শীৰ্ষত ৰাখিছে আৰু আজি মহিলাসকলে আমাৰ ৰাষ্ট্ৰৰ প্ৰগতিৰ নেতৃত্ব দি আছে।

***

RK / RR / PS / SK/MK


(रिलीज़ आईडी: 2218091) आगंतुक पटल : 4
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Gujarati , Tamil , Kannada , Malayalam