প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্ৰী মোহন লাল মিত্তাল জীৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
16 JAN 2026 7:18PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী মোহন লাল মিত্তাল জীৰ মৃত্যুত শোক প্ৰকাশ কৰে।এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে লিখিছে-"শ্রী মোহন লাল মিত্তাল জীয়ে শিল্প জগতত নিজকে বিশিষ্ট কৰি তুলিছিল। একে সময়তে তেওঁ ভাৰতীয় সংস্কৃতিৰ প্ৰতি অতি আবেগিক আছিল। সমাজৰ প্ৰগতিৰ প্ৰতি তেওঁৰ আবেগক প্ৰতিফলিত কৰি বিভিন্ন দানশীল প্ৰচেষ্টাক তেওঁ সমৰ্থন কৰিছিল।তেওঁৰ বিয়োগত মৰ্মাহত হৈছো।আমাৰ মাজত হোৱা বিভিন্ন আদান-প্ৰদানক মই সযতনে প্ৰতিপালন কৰিম।তেওঁৰ পৰিয়াল আৰু প্ৰশংসকসকললৈ সমবেদনা। ওম শান্তি।"
******
MJPS/SR/DM
(ৰিলিজ আই ডি : 2215513)
অতিথি কক্ষ : 45
ত এই ৰিলিজটো পঢ়ক:
English
,
Gujarati
,
Urdu
,
हिन्दी
,
हिन्दी
,
Marathi
,
Bengali
,
Bengali-TR
,
Manipuri
,
Punjabi
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam