গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে জন্ম বাৰ্ষিকীত ৰাজমাতা জিজাবাঈলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

ৰাজমাতা জিজাবাঈ জীয়ে ছত্ৰপতি শিৱাজী মহাৰাজৰ মনত হিন্দৱী স্বৰাজ প্ৰতিষ্ঠাৰ সংকল্প জগাই তুলিছিল আৰু তেওঁক ৰাষ্ট্ৰক সুৰক্ষিতকৰণৰ মহান লক্ষ্যৰ দিশত অনুপ্ৰাণিত কৰিছিল

ৰাজমাতা জিজাবাঈ জীয়ে শৈশৱৰ পৰাই ছত্রপতি শিৱাজী মহাৰাজৰ মনত সাহস, আত্ম-সন্মান আৰু স্বকীয় সংস্কৃতিক সুৰক্ষিতকৰণৰ প্ৰমূল্যবোধৰ বীজ সিঁচিছিল

प्रविष्टि तिथि: 12 JAN 2026 11:16AM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি জন্ম বাৰ্ষিকীত ৰাজমাতা জিজাবাঈ জীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ কয় যে তেওঁ ছত্ৰপতি শিৱাজী মহাৰাজৰ মনত হিন্দৱী স্বৰাজ প্ৰতিষ্ঠাৰ সংকল্প জগাই তুলিছিল আৰু তেওঁক ৰাষ্ট্ৰক সুৰক্ষিতকৰণৰ মহান লক্ষ্যৰ দিশত অনুপ্ৰাণিত কৰিছিল।

‘এক্স’-ৰ এটা প’ষ্টত শ্ৰী অমিত শ্বাহে কয়, “ৰাজমাতা জিজাবাঈ জীয়ে শৈশৱৰ পৰাই ছত্রপতি শিৱাজী মহাৰাজৰ মনত সাহস, আত্ম-সন্মান আৰু স্বকীয় সংস্কৃতিক সুৰক্ষিতকৰণৰ প্ৰমূল্যবোধৰ বীজ সিঁচিছিল। তেওঁ ছত্ৰপতি শিৱাজী মহাৰাজৰ মনত হিন্দৱী স্বৰাজ প্ৰতিষ্ঠাৰ সংকল্প জগাই তুলিছিল আৰু তেওঁক ৰাষ্ট্ৰক সুৰক্ষিতকৰণৰ মহান লক্ষ্যৰ দিশত অনুপ্ৰাণিত কৰিছিল। মই জন্ম বাৰ্ষিকীত ৰাজমাতা জিজাবাঈ জীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো।”

****

RK/PR/PS/SB


(रिलीज़ आईडी: 2214018) आगंतुक पटल : 4
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Bengali-TR , Punjabi , Gujarati , Tamil , Kannada , Malayalam