প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ২০৪৭-ৰ ভিতৰত এখনি বিকশিত ভাৰত গঢ়িবলৈ দেশৰ জেন-জেডে নিজ-নিজ শক্তিক প্ৰয়োগ কৰা সম্পৰ্কে এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে

प्रविष्टि तिथि: 12 JAN 2026 4:27PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০৪৭-ৰ ভিতৰত এখনি বিকশিত ভাৰত গঢ়িবলৈ দেশৰ জেন-জেডে নিজ-নিজ শক্তিক প্ৰয়োগ কৰা সম্পৰ্কে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডীয়ে লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে। শ্ৰী মোদীয়ে কয়, "তেওঁ ভাৰতীয় যুৱক-যুৱতীসকলে স্বচ্ছ ভাৰত, হৰ ঘৰ ত্ৰিৰংগা, মেৰী মাটি মেৰা দেশ আৰু নিচা মুক্ত ভাৰতৰ দৰে গুৰুত্বপূৰ্ণ অভিযানসমূহৰ নেতৃত্ব প্ৰদান আৰু ইয়াৰ ৰূপ গঢ় দিয়া সম্পৰ্কে আলোকপাত কৰিছে।“

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডীয়ে এক্স-ত কৰা এটা প’ষ্টলৈ সঁহাৰি জনাই শ্ৰী মোদীয়ে কয়ঃ

"ভাৰতে সামূহিকভাৱে ২০৪৭-ৰ ভিতৰত এখনি বিকশিত ভাৰত গঢ়িবলৈ প্ৰচেষ্টা গ্ৰহণৰ সময়তে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @kishanreddybjp-এ দেশৰ জেন-জেডে ইয়াৰ অৰ্থে নিজ-নিজ শক্তিক প্ৰয়োগ কৰা সম্পৰ্কে লিখিছে।

তেওঁ ভাৰতীয় যুৱক-যুৱতীসকলে স্বচ্ছ ভাৰত, হৰ ঘৰ ত্ৰিৰংগা, মেৰী মাটি মেৰা দেশ আৰু নিচা মুক্ত ভাৰতৰ দৰে গুৰুত্বপূৰ্ণ অভিযানসমূহৰ নেতৃত্ব প্ৰদান আৰু ইয়াৰ ৰূপ গঢ় দিয়া সম্পৰ্কে আলোকপাত কৰিছে।"

***

MJPS/VJ/SB


(रिलीज़ आईडी: 2214011) आगंतुक पटल : 7
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , Marathi , Tamil , Odia , English , Urdu , हिन्दी , Bengali , Bengali-TR , Manipuri , Punjabi , Gujarati , Kannada