প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
সপ্তাহৰ পিছত সপ্তাহ ধৰি অবিৰতভাৱে অন্তৰায় আঁতৰ কৰাৰ বাবে প্ৰশাসনে গ্ৰহণ কৰা নীৰৱ তথা সৰ্বাত্মক পদক্ষেপ প্ৰতিফলিত কৰি ৰিফৰ্ম এক্সপ্ৰেছ ২০২৫ সন্দৰ্ভত এটা প্ৰবন্ধ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
30 DEC 2025 1:16PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সপ্তাহৰ পিছত সপ্তাহ ধৰি অবিৰতভাৱে অন্তৰায় আঁতৰ কৰাৰ বাবে প্ৰশাসনে গ্ৰহণ কৰা নীৰৱ তথা সৰ্বাত্মক পদক্ষেপ প্ৰতিফলিত কৰি ৰিফৰ্ম এক্সপ্ৰেছ ২০২৫ সন্দৰ্ভত এটা প্ৰবন্ধ শ্বেয়াৰ কৰে।
হাতত লোৱা সংস্কাৰৰ প্ৰসাৰৰ ওপৰত আলোকপাত কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে শ্ৰম আইন তথা বাণিজ্যিক চুক্তিৰ পৰা আৰম্ভ কৰি ৰচদ-পাতি সৰবৰাহ, শক্তি আৰু বজাৰ সংস্কাৰলৈকে ভাৰতৰ বিকাশৰ কাহিনী, বিশ্বাসযোগ্যতা, স্থিৰতা আৰু দীৰ্ঘম্যাদী আত্মবিশ্বাসৰ আধাৰত নিৰ্মাণ কৰা হৈছে।
এক্সত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী হৰদ্বীপ সিং পুৰীৰ এটা পোষ্টৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তৰফৰ পৰা এইদৰে প্ৰকাশ কৰা হয়ঃ
‘কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী হৰদ্বীপ সিং পুৰীয়ে ৰিফৰ্ম এক্সপ্ৰেছ ২০২৫ সন্দৰ্ভত লিখিছে। তেওঁ সপ্তাহৰ পিছত সপ্তাহ ধৰি অবিৰতভাৱে অন্তৰায় আঁতৰ কৰাৰ বাবে প্ৰশাসনে গ্ৰহণ কৰা নীৰৱ তথা সৰ্বাত্মক পদক্ষেপসমূহ প্ৰতিফলিত কৰিছে।
শ্ৰম আইন তথা বাণিজ্যিক চুক্তিৰ পৰা আৰম্ভ কৰি ৰচদ-পাতি সৰবৰাহ, শক্তি আৰু বজাৰ সংস্কাৰলৈকে ভাৰতৰ বিকাশৰ কাহিনী, বিশ্বাসযোগ্যতা, স্থিৰতা আৰু দীৰ্ঘম্যাদী আত্মবিশ্বাসৰ আধাৰত নিৰ্মাণ কৰা হৈছে।’
***
MJPS/SR/DD
(रिलीज़ आईडी: 2209773)
आगंतुक पटल : 9
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Telugu
,
Kannada
,
Malayalam