প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ২০২২ চনৰ এছিয়ান পেৰা গেমছত বেডমিণ্টন মিশ্ৰিত দ্বৈত এছএল৩-এছইউ৫ শাখাত নীতেশ কুমাৰ আৰু থুলাসীমতী মুৰুগেছনৰ ব্ৰঞ্জৰ পদক জয়ৰ বাবে উদযাপন কৰে
পোষ্ট কৰা হৈছে:
25 OCT 2023 4:44PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত অনুষ্ঠিত ২০২২ চনৰ এছিয়ান পেৰা গেমছত বেডমিণ্টন মিক্সড ডাবলছ এছএল৩-এছইউ৫ শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰা নীতেশ কুমাৰ আৰু থুলাসীমতী মুৰুগেছনক অভিনন্দন জনাইছে।
প্ৰধানমন্ত্ৰীয়ে X ত পোষ্ট কৰিছেঃ
বেডমিণ্টন মিক্সড ডাবলছ এছএল৩-এছইউ৫ ইভেণ্টত ৰূপৰ পদক জয়ৰ বাবে নিতেশ কুমাৰ আৰু থুলাছীমতী মুৰুগেছনক অভিনন্দন জনাইছো।
তেওঁলোকৰ এই সাফল্যই আমাৰ দেশৰ উৎকৃষ্টতাৰ প্ৰমাণ।
(ৰিলিজ আই ডি : 2202769)
অতিথি কক্ষ : 20
ত এই ৰিলিজটো পঢ়ক:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada