প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান গেমছত পুৰুষৰ ডেকাথলন শাখাত ৰূপৰ পদক জয়ৰ বাবে তেজস্বীণ শংকৰক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
পোষ্ট কৰা হৈছে:
03 OCT 2023 10:07PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছত পুৰুষৰ ডেকাথলন শাখাত ৰূপৰ পদক জয়ৰ বাবে তেজস্বীণ শংকৰৰ প্ৰতি অভিনন্দন জ্ঞাপন কৰে।
প্ৰধান মন্ত্ৰীয়ে X ত পোষ্ট কৰিছে;
এছিয়ান গেমছত পুৰুষৰ ডেকাথলনত ৰূপৰ পদক অৰ্জন কৰা @TejaswinShankar ক অভিনন্দন জনাইছো।
এনে প্ৰতিশ্ৰুতি আৰু সংকল্প সঁচাকৈয়ে প্ৰশংসনীয়, যি যুৱ খেলুৱৈসকলক আন্তৰিকতাৰে তেওঁলোকৰ সৰ্বশ্ৰেষ্ঠ প্ৰদান কৰিবলৈ প্ৰেৰণা যোগাব।
(ৰিলিজ আই ডি : 2202764)
অতিথি কক্ষ : 18
ত এই ৰিলিজটো পঢ়ক:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam