প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে কাশী তামিল সংগমমলৈ শুভেচ্ছা জ্ঞাপন কৰে
प्रविष्टि तिथि:
02 DEC 2025 6:40PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰে পৰা আৰম্ভ হোৱা কাশী তামিল সংগমমলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে কয় যে এই স্পন্দনশীল কাৰ্য্যসূচীয়ে ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ মনোভাৱক গভীৰ কৰি তোলে। "সংগমমলৈ আগমন ঘটা সকলোৰ যেন কাশীৰ অভিজ্ঞতা সন্তোষজনক আৰু স্মৰণীয় হৈ উঠে, তাৰেই কামনা কৰিলো!", শ্ৰী মোদীয়ে কয়।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত এইদৰে প’ষ্ট কৰেঃ
"আজিৰে পৰা আৰম্ভ হোৱা কাশী তামিল সংগমমলৈ শুভেচ্ছা জনাইছো। এই স্পন্দনশীল কাৰ্য্যসূচীয়ে ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ মনোভাৱক গভীৰ কৰি তোলে। সংগমমলৈ আগমন ঘটা সকলোৰ যেন কাশীৰ অভিজ্ঞতা সন্তোষজনক আৰু স্মৰণীয় হৈ উঠে, তাৰেই কামনা কৰিলো!"
***
MJPS/VJ/SB
(रिलीज़ आईडी: 2198007)
आगंतुक पटल : 28
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam