প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে নাগালেণ্ডৰ জনসাধাৰণক ৰাজ্য প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে শুভেচ্ছা জ্ঞাপন কৰে

प्रविष्टि तिथि: 01 DEC 2025 3:21PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নাগালেণ্ডৰ জনসাধাৰণক ৰাজ্য প্ৰতিষ্ঠা  দিৱস উপলক্ষ্যে শুভেচ্ছা জ্ঞাপন কৰে । শ্ৰী মোদীয়ে কয় যে সেৱা, সাহস আৰু মমতা শিপাই থকা গৌৰৱময় নগা সংস্কৃতি বহুলভাৱে প্ৰশংসিত।"

নাগালেণ্ডৰ জনসাধাৰণে বহু ক্ষেত্ৰত নিজকে পৃথক হিচাবে প্ৰতিপন্ন কৰিব পাৰিছে । আগন্তুক বছৰবোৰত ৰাজ্যখনে সমৃদ্ধি আৰু প্ৰগতিৰ সৈতে  আগবাঢ়ি যাওক", শ্ৰী মোদীয়ে কয়।

 

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে:

"ৰাজ্য প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে নাগালেণ্ডবাসীলৈ শুভেচ্ছা জনাইছো। সেৱা, সাহস আৰু মমতা  শিপাই থকা গৌৰৱময় নগা সংস্কৃতিৰ বহুলভাবে  প্ৰশংসিত ।"

নাগালেণ্ডৰ জনসাধাৰণে বহু ক্ষেত্ৰত নিজকে পৃথক কৰি তুলিছে। আগন্তুক বছৰবোৰত ৰাজ্যখনে সমৃদ্ধি আৰু প্ৰগতিৰ সৈতে আগবাঢ়ি যাওক।"

 

***

MJPS/VJ/DM


(रिलीज़ आईडी: 2197039) आगंतुक पटल : 4
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Gujarati , Telugu , Malayalam