প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ২০২২ চনৰ এছিয়ান পেৰা গেমছত পুষ্পেন্দ্ৰ সিঙে পুৰুষৰ জেভলিন এফ৬৪ শাখাত লাভ কৰা ব্ৰঞ্জৰ পদকক আদৰণি জনায়
পোষ্ট কৰা হৈছে:
25 OCT 2023 1:26PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পুষ্পেন্দ্ৰ সিঙক ২০২২ চনত চীনত হাংজৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছত পুৰুষৰ জেভলিন এফ৬৪ শাখাত ব্ৰঞ্জৰ পদক জয়ৰ বাবে অভিনন্দন জনাইছে।
প্ৰধানমন্ত্ৰীয়ে X ত পোষ্ট কৰিছেঃ
এছিয়ান পেৰা গেমছত পুৰুষৰ জেভলিন এফ৬৪ শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰা পুষ্পেন্দ্ৰ সিঙক অভিনন্দন জনাইছো। তেওঁৰ ব্যতিক্ৰমী প্ৰদৰ্শন, মনোনিবেশ আৰু বিজয়ী হোৱাৰ ইচ্ছাশক্তিয়ে আমাৰ দেশক সন্মানিত কৰিছে।
(ৰিলিজ আই ডি : 2190828)
অতিথি কক্ষ : 20
ত এই ৰিলিজটো পঢ়ক:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada