প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কানাডা অ'পেন, ২০২৩ত বিজয়ী লক্ষ্য সেনক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
प्रविष्टि तिथि:
10 JUL 2023 8:38PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় বেডমিণ্টন খেলুৱৈ লক্ষ্য সেনক কানাডা অ'পেন ২০২৩ত বিজয়ী হোৱাৰ বাবে অভিনন্দন জনাইছে।
এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
"কানাডা অ'পেন ২০২৩ত তেওঁৰ অসামান্য বিজয়ৰ বাবে প্ৰতিভাৱান লক্ষ্য সেনক অভিনন্দন জনাইছো!
তেওঁৰ বিজয় তেওঁৰ দৃঢ়তা আৰু সংকল্পৰ প্ৰমাণ। ইয়ে আমাৰ দেশক অতিশয় গৌৰৱান্বিত কৰিছে। তেওঁৰ আগন্তুক প্ৰচেষ্টাৰ বাবে মোৰ তৰফৰ পৰা শুভকামনা জনালো"।
(रिलीज़ आईडी: 2190690)
आगंतुक पटल : 7
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Bengali
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam