প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান পেৰা গেমছত পুৰুষৰ বেডমিণ্টনৰ একক শাখাত স্বৰ্ণ জয় কৰা সুহাস এল য়থিৰাজক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
পোষ্ট কৰা হৈছে:
27 OCT 2023 7:41PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাংঝৌ এছিয়ান পেৰা গেমছত পুৰুষৰ বেডমিণ্টনৰ একক এছএল-৪ শাখাত সোণৰ পদক অৰ্জন কৰাৰ বাবে সুহাস এল য়থিৰাজক অভিনন্দন জনায়।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছেঃ
"এছিয়ান পেৰা গেমছত পুৰুষৰ বেডমিণ্টনৰ একক এছএল ৪ শাখাত স্বৰ্ণপদক অৰ্জন কৰাৰ বাবে সুহাস এল য়থিৰাজক অভিনন্দন! তেওঁ অতুলনীয় নিষ্ঠা আৰু দক্ষতা প্ৰদৰ্শন কৰিছে। এই সাফল্যই সুন্দৰভাৱে তেওঁৰ নিৰন্তৰ উদ্যম আৰু আকাংক্ষাক প্ৰতিধ্বনিত কৰে।"
****
DS/RT/HS
(ৰিলিজ আই ডি : 2188777)
অতিথি কক্ষ : 18
ত এই ৰিলিজটো পঢ়ক:
Marathi
,
English
,
Urdu
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam