প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পুনৰুজ্জীৱিত জলপথবোৰ বিকশিত ভাৰতৰ দিশে কেনেদৰে আগবাঢ়ি গৈছে সেই বিষয়ে প্ৰধানমন্ত্ৰীয়ে এটা প্ৰবন্ধ শ্বেয়াৰ কৰে
प्रविष्टि तिथि:
17 OCT 2025 1:16PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালৰ পুনৰুজ্জীৱিত জলপথক লৈ তেওঁৰ দৃষ্টিভংগী আৰু সেইবোৰ বিকশিত ভাৰতৰ দিশে কেনেদৰে আগবাঢ়িছে সেই বিষয়ে লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰে। "ভাৰতৰ নদীবোৰ কেৱল ঐতিহ্যৰ প্ৰতীক নহয়, সেইবোৰ হৈছে প্ৰগতিৰ ঘাইপথ!" শ্ৰী মোদীয়ে কয়।
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে এক্সত দিয়া এটা পোষ্টত সঁহাৰি জনাই শ্ৰী মোদীয়ে কয়ঃ
"ভাৰতৰ নদীবোৰ কেৱল ঐতিহ্যৰ প্ৰতীক নহয়, সেইবোৰ হৈছে প্ৰগতিৰ ঘাইপথ! কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @sarbanandsonwal-এ পুনৰুজ্জীৱিত জলপথক লৈ তেওঁৰ দৃষ্টিভংগী আৰু কেনেদৰে সেইবোৰ বিকশিত ভাৰতৰ দিশে আগবাঢ়িছে সেই বিষয়ে শ্বেয়াৰ কৰিছে।
বছৰ বছৰ ধৰি বাণিজ্যিক সামগ্ৰী পৰিবহণ, পৰ্যটন আৰু আন্তঃগাঁথনি কেনেদৰে শক্তিশালী হৈছে সেয়া জানিবলৈ এই খণ্ডটো পঢ়ক।"
***
MJPS/VJ/KD
(रिलीज़ आईडी: 2180320)
आगंतुक पटल : 18
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali-TR
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam