প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

গণৰাজ্য দিৱস উদযাপনত অংশগ্ৰহণৰ বাবে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিক ধন্যবাদ প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 26 JAN 2024 9:29PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ক ভাৰতৰ গণৰাজ্য দিৱস উদযাপনত অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

তেওঁ মেক্ৰনৰ এটা পোষ্টৰ উত্তৰ দি আছিল।

প্ৰধানমন্ত্ৰীয়ে X ত পোষ্ট কৰিছেঃ

"আমাৰ গণৰাজ্য দিৱস উদযাপনত অংশগ্ৰহণ কৰাৰ বাবে ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক ধন্যবাদ জনাইছো। আপোনাৰ উপস্থিতিয়ে ভাৰত-ফ্ৰান্সৰ সম্পৰ্কক অধিক গতি প্ৰদান কৰিব।

DS/RT


(ৰিলিজ আই ডি : 2178185) অতিথি কক্ষ : 26