প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ৰাষ্ট্ৰপতিৰ ভাষণে অনাগত বছৰসমূহত ভাৰতৰ অধিক বিকাশৰ দৃষ্টিভংগীৰ ওপৰত আলোকপাত কৰিছে: প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 31 JAN 2024 5:15PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ভাষণে ১৪০ কোটি ভাৰতীয়ৰ সামূহিক শক্তিৰ উজ্জ্বলতা প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে X ত পোষ্ট কৰিছেঃ

"বাজেট অধিৱেশনৰ আৰম্ভণিতে ৰাষ্ট্ৰপতিগৰাকীয়ে ১৪০ কোটি ভাৰতীয়ৰ সামূহিক শক্তিৰ ওপৰত আলোকপাত কৰি এক বিস্তৃত আৰু অন্তৰ্দৃষ্টিপূৰ্ণ ভাষণ প্ৰদান কৰে। ভাষণত অনাগত বছৰসমূহত ভাৰতৰ অধিক বিকাশৰ দৃষ্টিভংগীৰ ওপৰত আলোকপাত কৰা হয়।

DS/RT


(रिलीज़ आईडी: 2178181) आगंतुक पटल : 13
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam