প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ ১৫০সংখ্যক বৰ্ষপূৰ্তি উদযাপন কৰে
प्रविष्टि तिथि:
15 JAN 2024 6:02PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ দেশবাসীৰ প্ৰতি অনবদ্য সেৱাৰ শলাগ লয়। আজি বিভাগটোৱে ১৫০ বছৰ সম্পূৰ্ণ কৰিলে।
প্ৰধানমন্ত্ৰীয়ে X ত পোষ্ট কৰিছে:
"আজি আমি আমাৰ দেশলৈ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ব্যতিক্ৰমী সেৱাৰ ১৫০ বছৰ সম্পূৰ্ণ কৰিছো। জলবায়ু গৱেষণাৰ অগ্ৰগতিৰ লগতে বতৰ পূৰ্বানুমানৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আইএমডিয়ে মানুহৰ জীৱন সুৰক্ষিত কৰাৰ লগতে পৰিৱেশৰ বিষয়ে আমাৰ জ্ঞান বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
https://x.com/narendramodi/status/1746862479836348455
DS/PM
(रिलीज़ आईडी: 2178178)
आगंतुक पटल : 12
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
Tamil
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Malayalam