প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কবি মুন্নাৱাৰ ৰাণাৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

प्रविष्टि तिथि: 15 JAN 2024 12:20PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কবি শ্ৰী মুন্নাৱাৰ ৰাণাৰ বিয়োগত শোক প্ৰকাশ কৰে।

তেওঁ কয় যে উত্তৰ প্ৰদেশত জন্মগ্ৰহণ কৰা কবিগৰাকীয়ে উৰ্দু সাহিত্য আৰু কবিতাত যথেষ্ট অৱদান আগবঢ়াইছে।

প্ৰধানমন্ত্ৰীয়ে X ত পোষ্ট কৰিছেঃ

প্ৰধানমন্ত্ৰীয়ে কয়, "শ্ৰী মুনাৱৱাৰ ৰাণা জীৰ মৃত্যুত মই ব্যথিত হৈছো। তেওঁ উৰ্দু সাহিত্য আৰু কবিতাত যথেষ্ট অৱদান আগবঢ়াইছিল। তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকললৈ সমবেদনা জনাইছো। তেওঁৰ আত্মাই শান্তি লাভ কৰক"।

DS/RT


(रिलीज़ आईडी: 2178168) आगंतुक पटल : 10
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam