প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাৰতৰ পৰম্পৰাগত চিকিৎসা খণ্ডই কেনেদৰে এক উল্লেখযোগ্য পৰিৱৰ্তন সাধন কৰিছে, যিয়ে মানুহ আৰু গ্ৰহটো উভয়ৰে বাবে অধিক সুষম আৰু বহনক্ষম ভৱিষ্যতৰ অৰ্থে অৰিহণা যোগাইছে, সেই বিষয়ে প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰিলে এটা প্ৰবন্ধ
পোষ্ট কৰা হৈছে:
23 SEP 2025 3:02PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী প্ৰতাপ ৰাও যাধৱৰ এটা প্ৰবন্ধ শ্বেয়াৰ কৰে, য’ত ভাৰতৰ পৰম্পৰাগত চিকিৎসা খণ্ডই কেনেদৰে এক উল্লেখযোগ্য পৰিৱৰ্তন ঘটাইছে, যিয়ে মানুহ আৰু গ্ৰহটো উভয়ৰে বাবে অধিক সুষম আৰু বহনক্ষম ভৱিষ্যতৰ অৰ্থে অৰিহণা যোগাইছে সেই বিষয়ে আলোকপাত কৰা হৈছে।
এক্সৰ পিএমঅ’ ইণ্ডিয়াৰ হেণ্ডেলত পোষ্ট কৰা হৈছে :
“এই লেখাটোত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী @mpprataprao এ আলোকপাত কৰিছে যে ভাৰতৰ পৰম্পৰাগত চিকিৎসা খণ্ডই কেনেদৰে এক উল্লেখযোগ্য পৰিৱৰ্তন সাধন কৰিছে, যিয়ে মানুহ আৰু গ্ৰহটো উভয়ৰে বাবে অধিক সুষম আৰু বহনক্ষম ভৱিষ্যতৰ অৰ্থে অৰিহণা যোগাইছে। পঢ়ক!”
MJPS/SR/DM
(ৰিলিজ আই ডি : 2170421)
অতিথি কক্ষ : 27
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali-TR
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam