প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ৱৰ্ল্ড ফুড ইণ্ডিয়া, ২০২৫-এ ভাৰতক বিশ্ব খাদ্য ভাণ্ডাৰ কৰি তোলাৰ এক কৌশলগত মঞ্চ হিচাপে কাম কৰা সম্পৰ্কীয় এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে

Posted On: 23 SEP 2025 1:10PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৱৰ্ল্ড ফুড ইণ্ডিয়া, ২০২৫-এ ভাৰতক বিশ্ব খাদ্য ভাণ্ডাৰ কৰি তোলাৰ এক কৌশলগত মঞ্চ হিচাপে কাম কৰা সম্পৰ্কীয় এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী চিৰাগ পাছৱানে এক্স-ত কৰা এটা প’ষ্টলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়ঃ

“এই লেখাটোত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @iChiragPaswan-এ ৱৰ্ল্ড ফুড ইণ্ডিয়া, ২০২৫-এ ভাৰতক বিশ্ব খাদ্য ভাণ্ডাৰ কৰি তোলাৰ এক কৌশলগত মঞ্চ হিচাপে কাম কৰা সন্দৰ্ভত লিখিছে। এবাৰ পঢ়ক!”

 

***

MJPS/SR/SB
 


(Release ID: 2170419)