প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ইটানগৰত ব্যৱসায়ী আৰু উদ্যোগীসকলৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
22 SEP 2025 3:43PM by PIB Guwahati
আজি ইটানগৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যৱসায়ী আৰু উদ্যোগীসকলৰ সৈতে মত বিনিময় কৰে।
তেওঁলোকে জি এছ টি সংস্কাৰ আৰু জি এছ টি সঞ্চয় উৎসৱৰ সূচনাৰ শলাগ লোৱাৰ লগতে এই পদক্ষেপসমূহে মীন, কৃষি আৰু অন্যান্য স্থানীয় উদ্যোগৰ দৰে মূল খণ্ডসমূহক কেনেদৰে উপকৃত কৰিব, সেই বিষয়ে আলোকপাত কৰা বুলি শ্ৰী মোদীয়ে প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:
"আজি ইটানগৰত ব্যৱসায়ী আৰু উদ্যোগীসকলৰ সৈতে মত বিনিময় কৰো। জি এছ টি সংস্কাৰ আৰু জি এছ টি সঞ্চয় উৎসৱৰ সূচনাৰ বাবে তেওঁলোকে প্ৰশংসা কৰে। এই পদক্ষেপসমূহে মীন, কৃষি আৰু অন্যান্য স্থানীয় উদ্যোগৰ দৰে মূল খণ্ডসমূহক কেনেদৰে উপকৃত কৰিব সেই বিষয়ে তেওঁলোকে আলোকপাত কৰে।
মই গুণগত মান বজাই ৰখা আৰু ভাৰতত নিৰ্মিত সামগ্ৰী ক্ৰয়ৰ এক শক্তিশালী মনোভাৱ গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিলো।"
***
MJPS/VJ/DD
(रिलीज़ आईडी: 2169911)
आगंतुक पटल : 5
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali-TR
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam