প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

২০২৫ চনৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ৫৭ কেজি ওজন শাখাত সোণ জয় কৰা বক্সাৰ জয়ছমিন লেম্বোৰিয়াক অভিনন্দন জনালে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 14 SEP 2025 7:36PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতীয় বক্সাৰ জয়ছমিন লেম্বোৰিয়াক বিশ্ব বক্সিং চেম্পিয়নশ্বিপ ২০২৫ত ৫৭ কেজি ওজন শাখাত উল্লেখযোগ্য বিজয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰে।

 

এক্সত পোষ্ট কৰা এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়-

 

"৫৭ কিলোগ্ৰাম ওজনৰ শাখাত ২০২৫ চনৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত জয়লাভ কৰাৰ বাবে বক্সাৰ জয়ছমিনলৈ অভিনন্দন! তেওঁৰ এই আশ্বৰ্যকৰ প্ৰদৰ্শনে অনাগত সময়ত অগণন খেলুৱৈক অনুপ্ৰাণিত কৰিব। তেওঁৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জনালো।"

 

MJPS/SR/DM


(रिलीज़ आईडी: 2166640) आगंतुक पटल : 20
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam